টুকটুকী ছায়াস্মৃতি এম ই মাদ্ৰাছাৰ উত্তপ্ত পৰিস্থিতিৰ মাজতে পৰিচালনা সমিতি গঠন।

 নগাওঁ জিলাৰ বটদ্ৰৱা শিক্ষা খণ্ডৰ অন্তৰ্গত টুকটুকী ছায়াস্মৃতি  এম ই মাদ্ৰাছাৰ উত্তপ্ত পৰিস্থিতিৰ মাজতে পৰিচালনা সমিতি গঠন। 
সভাপতি পদক লৈ খোৱা কামুৰা। প্ৰাৰ্থী তিনি গৰাকী । সকলোকে লাগে সভাপতি পদ । ইয়াকে লৈ  উত্তপ্ত পৰিস্থিতি ।   অৱশেষত  শেষত অভিভাৱক সকলৰ দ্বাৰা নিৰ্বাচিত ১২ গৰাকী সদস্যৰ ভিতৰত ৭গৰাকীয়ে জালাল উদ্দিন আহমেদক সমৰ্থন কৰি সভাপতি নিৰ্বাচন কৰিলে।
মৈৰাবাৰীৰ  পৰা মুস্তাফিজুৰ আহমেদৰ ৰিপর্ট

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা