গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা নজৰুল ইছলামৰ আত্মজীৱনী "বাৰাখাম্বা" উন্মোচন




ষ্টাফৰিপোৰ্টাৰ, ২০ ,অক্টোবৰ : ৰিহাবাৰীৰ প্ৰয়াত ন্যায়াধীশ বাহাৰুল ইছলামৰ বাসভবনত মঙলবাৰে  নাজিয়া ইছলামে আঁত ধৰা এক অনুষ্ঠানত বিশিষ্ট লেখক আৰু গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা নজৰুল ইছলামৰ আত্মজীৱনী "বাৰাখাম্বা" উনমোচন কৰা হয়। আত্মজীৱনী খনৰ ওপৰত আলোকপাত কৰে ড০ বি পি টোডি, পিডিজি প্ৰভাত কেডিয়া,অধিবক্তা মৃনাল চৌধুৰী আৰু চেণ্টিনেল কাকতৰ প্ৰাক্তন সম্পাদক নুৰুল ইছলাম লছকৰে। সভাত উপস্থিত থাকে থাকে প্ৰাক্তন ভাৰতীয় প্ৰশাসনিক ৰোহিনী প্ৰাণ চাংকাকতি ,অধিবক্তা মানস শৰনীয়া, অনুজ বৰুৱা, বিমল চেত্ৰী,অধিবক্তা গীতাঞ্জলি কলিতা, অধিবক্তা বনশ্ৰী গগৈ,ৰিণি দাস আৰু অজয় লহকৰে। 
শলাগৰ শৰাই আগবঢ়াই ৰছিদা বেগমে।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা