দেশত আজিৰে পৰা মুকলি হল ১০০ টকীয়া মুদ্ৰা

বিজয়াৰাজে সিন্ধিয়াৰ জন্ম শতবাৰ্ষিকী উপলক্ষে আজি দেশত মুকলি কৰা হল ১০০ টকীয়া মুদ্ৰা। প্ৰধানমন্ত্ৰী মোদীয়ে মুকলি কৰিলে নতুন ১০০ টকীয়া মুদ্ৰাটো। উল্লেখ্য যে বিজয়াৰাজে সিন্ধিয়া জনসংঘ আৰু ভাৰতীয় জনতা পাৰ্টীৰ সংস্থাপক সদস্য আছিল ।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা