ধিঙত আয়ুর্বেদিক ঔষধৰ ওপৰত সজাগতা সভা

ধিঙৰ টুকটুকিত আয়ুর্বেদিক ঔষধৰ ওপৰত  বেনমোন ফাৰ্মা ৰিছার্চ প্ৰাইভেট লিমিটেড নামৰ সংস্থাটোৱে এখনি সজাগতা সভা অনুষ্ঠিত কৰে ।উক্ত সভাত সংস্থাটোৰ হৈ উপস্থিত থাকে দিপাঙ্কৰ মণ্ডল, আমিনুৰ ৰহমান আৰু ছাইদুৰ ৰহমান ।উক্ত সভাতেই আয়োবেদিক ঔষধৰ গুণাগুণ সমূহ সুন্দৰ ভাৱে বিস্তাৰিত আকাৰত বুজাই দিয়ে আৰু আয়ুর্বেদিক ঔষধৰ ইতিহাস সম্পর্কে  ৫০০০বছৰৰ আগতেই সৃষ্টি হৈছিল আয়ুর্বেদিক ঔষধ বুলিও মত পোষণ কৰে ।উক্ত সভাত উপস্থিত থকা কেইবাজনো লোকে এই ঔষধ সেৱন কৰি আৰোগ্য হোৱাৰ কথাও নিজ মুখেৰে প্ৰকাশ কৰে ।আনহাতে নিবনুৱা সমস্যা দূৰিকৰণৰ বাবেও এই সংস্থাটোৱে দি আহিছে বহু সুবিধা ।সেয়েহে ঔষধ বা সংস্থাপনৰ কাৰণে ৬০০০৯৬৫৭২৩/৭০০২৪০১৭১৩ নম্বৰত যোগাযোগ কৰিবলৈ ও আহ্বান জনায় ।

মৈৰাবাৰীৰ  পৰা মুস্তাফিজুৰ আহমেদৰ ৰিপট Fast News Report

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা