জৰুৰী : বাছত উঠাৰ আগতে নাপাহৰিব এইকেইটা নিয়ম

সুখৱৰ : অৱশেষত প্ৰত্যাহাৰ হল চকাবন্ধ। ৰাজ্যত শুক্ৰবাৰৰ পৰা চলিল যাত্ৰীবাহী বাছ । ৫০% ৰ পৰিৱৰ্তে ১০০% যাত্ৰী লৈ চলিব বাছ।  বৃহস্পতি বাৰে প্ৰকাশ কৰা স্বাস্থ্য বিভাগৰ নতুন গাইডলাইন অনুসৰি  সকলো যাত্ৰীয়ে বাধ্যতামূলক ভাবে মাস্ক পিন্ধিব লাগিব ।বাছৰ চালক তথা কৰ্মচাৰীয়েও মাস্ক পৰিধান কৰাতো বাধ্যতামুলক । নিৰ্ধাৰিত আসনত কৈ এজনো যাত্ৰী অধিক ভাবে কঢ়িয়াব নোৱাৰিব যাত্ৰী বাছ সমূহত । এবাৰ যাত্ৰা কৰাৰ পিছত বাছ খন চেনিটাইজ কৰিব লাগিব । এনে নিয়মসমূহৰ মাজেৰে এতিয়াৰে পৰা ১০০% যাত্ৰীৰে চলিব যাত্ৰীবাহী বাছ।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা