মৰিগাওঁ জিলাৰ মৈৰাবাৰীত Spectrum insurance & investment ৰ কাৰ্যালয় মুকলি

মৰিগাওঁ জিলাৰ মৈৰাবাৰীত  Spectrum insurance & investment ৰ কাৰ্যালয় মুকলি অনুষ্ঠান ৷

 আজি মৈৰাবাৰীত এখনি ইঞ্চুৰেঞ্চৰ কাৰ্যালয় মুকলি হয়৷ মুকলি অনুষ্ঠানখনত বৃহত্তৰ মৈৰাবাৰী অঞ্চলৰ সচেতন নাগৰিকৰ লগতে বহু কেইবাগৰাকী সমাজকৰ্মীৰ উপস্থিত থাকে৷  অনুষ্ঠানখনত আবু ৰাইহানে কয় বহু বছৰ ধৰি মৈৰাবাৰী বাসী ৰাইজ গাড়ীৰ বিমা কৰিবলৈ দূৰ দূৰণি যাৱ লাগিছিল আৰু প্ৰয়োজনতকৈ বেছি ধন খৰচ কৰিবলগীয়া হৈছিল৷ দীৰ্ঘদিনীয়া মৈৰাবাৰীবাসীৰ সমস্যা সমাধানৰ অৰ্থে আগবাঢ়ি অহা  এই অনুষ্ঠানখনৰ জড়িয়তে অঞ্চলবাসীৰ বাবে সুবিধাজনক হব বুলি কেইবাগৰাকী বৰণ্য ব্যক্তিয়ে মত পোষণ কৰে৷ এই কাৰ্যালয়ত সকলো ধৰণৰ নতুন ও পুৰণা গাড়ীৰ ইঞ্চুৰেঞ্চ কৰা হয় ৷ আৰু গাড়ীৰ প্ৰদূষণৰ প্ৰ পত্ৰ বনোৱা হয় ৷ মূঠতে গাড়ীৰ বিভিন্ন ধৰণৰ নথি প্ৰত্ৰ কাম এই spectrum insurance and  investment  ৰ মৈৰাবাৰীৰ কাৰ্যালয়ত কৰিব পাৰিব ৷

মৈৰাবাৰীৰ পৰা মুস্তাফিজুৰ  আহমেদৰ ৰিপৰ্ট  First News Report

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা