প্ৰণৱ বৰুৱা কলাক্ষেত্ৰৰ বাবে বিধায়ক ৰূপক শৰ্মাৰ দহ লাখ≈

আগন্তুক বাৰিষাৰ পূৰ্বেই নিয়ন্ত্ৰিত ৰূপত বৈ যাব কলং #

নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ১২ অক্টোবৰঃ পুনৰ প্ৰাণ চঞ্চলা হৈ পৰিব কলং সুঁতি । অহা বাৰিষাৰ পূৰ্বেই প্ৰাণ লাভ কৰিব মৃতপ্ৰায় কলঙে । বিজ্ঞানসন্মতভাৱে কলিয়াবৰৰ হাতীমূৰাত শ্লুইচ গেট স্থাপন কৰি নিয়ন্ত্ৰিত ৰূপত বোৱাই নিয়া হ'ব নগঞাৰ গৌৰৱ কলঙক । নগাঁৱত প্ৰয়াত শিল্পী প্ৰণৱ বৰুৱাৰ স্মৃতি ৰক্ষাৰ্থে নিৰ্মাণ কৰি থকা প্ৰণৱ বৰুৱা কলাক্ষেত্ৰৰ বাবে অসম চৰকাৰৰ আছুতীয়া পুঁজিৰ পৰা দহ লাখ টকাৰ চেক প্ৰদান কৰি সংবাদ মাধ্যমৰ আগত এই মন্তব্য কৰে বিধায়ক ৰূপক শৰ্মাই । প্ৰণৱ বৰুৱা কলাক্ষেত্ৰ পৰিচালনা সমিতিৰ অস্থায়ী কাৰ্যালয়ত অনুষ্ঠিত হোৱা এক সীমিত পৰিসৰৰ সভাত এই ধনৰাশিৰ প্ৰথম কিস্তিৰ চেক প্ৰদান কৰা হয় ।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা