পূজা- দীপান্বিতা উপলক্ষে মাখন ভোগত আকৰ্ষণীয় উপহাৰ


ষ্টাফ ৰিপ'ৰ্টাৰ,,২২ অক্টোবৰ
দুৰ্গা পূজা আৰু আগন্তুক দীপাৱলী উপলক্ষে গুৱাহাটীৰ মিঠাই বিপণী মাখন ভোগে গ্ৰাহকৰ বাবে আগবঢ়াইছে মিঠাই, ড্ৰাই ফ্ৰুটছ, চকলেট মেক আৰু কুকিজ আৰু আন আন নতুন কালেকচনৰ লগতে সজাই থোৱা আকৰ্ষণীয় উপহাৰৰ বাকচ। পূজা আৰু দীপাৱলীৰ এই সময়ত মাখন ভোগে মাৱাৰ মিঠাই, লাৰু, গোলাপ জামুন, আদি মিঠাইৰ গীফ্ট বক্স আৰু কেক নিমকি আদিৰ উপহাৰৰ টোপোলাও মুকলি কৰিছে। এই মিঠাই আৰু ড্ৰাই ফ্ৰুটচৰ দাম ক্ৰমে ১৯০ আৰু ৪০০ টকাৰ পৰা আৰম্ভ হৈছে। উল্লেখযোগ্য যে, গ্ৰাহকে উলুবাৰী, ফাঁচী বজাৰ আৰু গণেশগুৰিত থকা যিকোনো এখন মাখন ভোগ বিপণীত গৈ মিঠাই ক্ৰয় কৰিব পাৰে।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা