সপ্তম বৰ্ষপূৰ্তি উপলক্ষে জেন্টেলমেন -২ ৰ বিশেষ অফাৰৰ ঘোষণা
ষ্টাফ ৰিপ'ৰ্টাৰ,,,৭ অক্টোবৰ
কাপোৰৰ বজাৰত নিজৰ এক সুকীয়া পৰিচয় দাঙি ধৰা জেন্টেলমেন-২ য়ে সাতটা বছৰ অতিক্ৰম কৰিলে। এই উপলক্ষে শ্ব-ৰুমটোত ব্ৰেণ্ডেত কাপোৰৰ ওপৰত বিশেষ ৰেহাইৰ ব্যৱস্থা কৰা হৈছে। এই সন্দৰ্ভত জেণ্টেলমেন ২ ৰ প্ৰমুখ অনিল বাৰাই কয়"-আমি ব্ৰেণ্ডেত জিনছ, শ্বাৰ্ট, টি- শ্বাৰ্ট আদি ক্ৰয়ত ৩০ শতাংশ ৰেহাই আগবঢ়াইছোঁ। তেওঁ লগতে কয়"- ক'ৰণা মহামাৰীৰ বিৰুদ্ধে সন্মুখৰ পৰা যুজঁ দিয়া চিকিৎসক, আৰক্ষী, স্বাস্থ্যকৰ্মীৰ দৰে ক'ৰণা যোদ্ধাসকলৰ বাবে ক্ৰয় বস্তুত বিশেষ ৰেহাই দিয়া হৈছে। তদুপৰি তেওঁ আগন্তক দুৰ্গা পূজা আৰু দীপাৱলীৰ বাবে নতুন ডিজাইনৰ কাপোৰ শ্ব-ৰুমটোত উপলব্ধ বুলিও উল্লেখ কৰে"। আনহাতে যুৱ ব্যৱসায়ী শচিন জৈনে কয়"- বিবাহ-পাৰ্টীৰ বাবে পুৰুষ সকলে নিজৰ প্রয়োজনীয় কাপোৰ উক্ত শ্ব-ৰুমত ক্ৰয় কৰিব পাৰিব। জেন্টেলমেন-২ ত উব্ধ সকলো ষ্টক গ্ৰাহকৰ পছন্দৰ হ'ব বুলি মই আশাবাদী"।
Comments
Post a Comment