বিজেপি-অগপ-ইউ পি পি এলৰ মিত্ৰজোঁটৰ অগপৰ দলৰ পৰা টিকট লাভ কৰিয়েই আজি আবেলি ভৱানীপুৰ সমষ্টিত উপস্থিত মিত্ৰজোঁটৰ প্ৰাৰ্থী ড° ৰণজিৎ ডেকা

ভৱানীপুৰৰ স্থানীয় অগপ কাৰ্যালয়ত প্ৰথমে ডেকাক উষ্ম আদৰণি জনায় আৰু তাৰ পাছতেই ভৱানীপুৰৰ বিজেপি কাৰ্যালয়ত ৰণজিৎ ডেকাক আদৰণি জনায় আৰু গামোছা-জাপিৰে সম্বৰ্ধনা জনোৱা হয় ইয়াৰ লগে লগেই সহস্ৰাধিক লোকে বাইক ৰেলীৰ ড° ৰণজিৎ ডেকাক লৈ ভৱানীপুৰ সমষ্টিত আগন্তুক বিধানসভা নিৰ্বাচনৰ ৰণডংকা বজায়।

#বজালীৰ পৰা সঞ্জীৱ দাস

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা