বৰক্ষেত্ৰীৰ চৰাঞ্চলত বিজেপিৰ নিৰ্বাচনী ৰণডংকা

বৰক্ষেত্ৰীৰ  চৰাঞ্চলত বিজেপিৰ নিৰ্বাচনী ৰণডংকা  #  
কংগ্ৰেছৰ ভেটিত কঁপনি তুলি শাসকীয় বিজেপি দলৰ নিৰ্বাচনী প্ৰচাৰ  # 

নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে বৰক্ষেত্ৰীত আকৰ্ষনীয় হৈ উঠিছে নিৰ্বাচনী প্ৰেক্ষাপট ৷ সংখ্যালঘূ ভোটাৰৰ মন জয় কৰিবলৈ উঠিপৰি লাগিছে কংগ্ৰেছ - বিজেপি ৷
বুধবাৰে সমষ্টিটোৰ বিজেপি প্ৰাৰ্থী নাৰায়ণ ডেকাৰ সমৰ্থনত চৰাঞ্চলত হাজাৰ-হাজাৰ লোক সমৱেত হ'য় ৷ ভাংনামাৰী চৰৰ বুধবৰীয়া বজাৰত এনেদৰে সমৱেত হৈ সহস্ৰাধিক সংখ্যালঘু ভোটাৰে নাৰায়ণ ডেকাৰ হৈ নিৰ্বাচনী ৰণডংকা বজাই ৷
কংগ্ৰেছৰ  ১৫ বছৰীয়া কাৰ্যকালৰ তুলনাত চলিত ৫ বছৰত বিধায়ক নাৰায়ণ ডেকাৰ কাৰ্যকালত চৰাঞ্চলত যথেষ্ট উন্নয়ণ হোৱা বুলি উল্লেখ কৰে সমৰ্থক সকলে  ৷

টিহুৰ পৰা  কৰবী গোস্বামী

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা