আজি ইভিএমত বন্দী হব চাৰিগৰাকী সভাপতিৰ ভাগ্য

নিউজ ডেস্ক : আজি ৰাজ্যত চলি আছে বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ। প্ৰথম পৰ্যায়ত ৰাজ্যৰ চাৰিটা দলৰ চাৰিগৰাকী প্ৰাৰ্থীৰ ভাগ্য ইভিএমত বন্দী কৰি ভোটদাতাই। ইয়াৰে ভিতৰত   গহপুৰত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰা, শিৱসাগৰত ৰাইজৰ দলৰ সভাপতি অখিল গগৈ,বোকাখাতত অসম গণ পৰিষদৰ সভাপতি অতুল বৰা,  নাহৰকটীয়া আৰু দুলীয়াজানত অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে প্ৰতিদ্বন্দিতা কৰিছে।

Comments