পুনৰ কোৰোণাত আক্ৰান্ত সাংসদ তপন গগৈ

পুনৰ কোৰোণাত আক্ৰান্ত সাংসদ তপন গগৈ। আজি চাবুৱাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মঞ্চত বহিবলগা ব্যক্তিসকলৰ বাধ্যতামূলক কভিদ টেষ্ট কৰোঁতে ধৰা পৰিল কোভিদ+। বৰ্তমান সোনাৰিস্থিত বাসগৃহত হোম কোৱাৰেন্টাইনত আছে সাংসদগৰাকী

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা