ধিং সমষ্টিৰ মৈৰাবাৰীত ৰাইজৰ দলৰ কাৰ্যালয় মুকলি
ধিং সমষ্টিৰ মৈৰাবাৰীত ৰাইজৰ দলৰ কাৰ্যালয় মুকলি। কেবা সহস্ৰাধিক কৰ্মীৰ উপস্হিতিত ৰাইজৰ দল জিন্দাবাদ ধ্বনিৰে মুখৰিত মৈৰাবাৰী।
ধিং সমষ্টিত ৰাইজৰ দলৰ প্ৰাৰ্থী মেহবুব মুক্তাৰে নিজৰ জনমতক পুণৰ প্ৰতিস্থা কৰিলে কাৰ্যালয় মুকলি কাৰ্যসূচীৰে*
*মৈৰাবাৰীৰ প্ৰথম টো কাৰ্যালয় মুকলি কাৰ্যসূচীত ভাগ ললে ধিং, আলিটেঙ্গনী, আৰু মৈৰাবাৰী মৌজাৰ কেবা সহস্ৰাধিক লোকে।*
*আলিটেঙ্গনী মৌজাৰ পৰা আহি প্ৰথম টো মুকলি অনুস্হানত সহস্ৰাধিক এ আই ইউ ডি এফ কৰ্মীয়ে যোগদান কৰিলে ৰাইজৰ দলত।*
*অঞ্চলৰ বিশিষ্ট লোক সকলৰ লগতে হাজাৰ হাজাৰ লোকৰ উপস্হিতিয়ে ধিং সমষ্টিত যেন আজি ৰাজনৈতিক পট পৰিবৰ্তনৰহে ইংগিত দিলে*
*আমিনুল ইছলালমৰ দূৰ্ণীতি ভ্ৰষ্টাচাৰৰ বিৰুদ্ধে ক্ষুভৰ বহিঃ প্ৰকাশ ঘটাই মেহবুব মুক্তাৰৰ কাৰ্যালয় মুকলি অনুস্হানত ভাগ লৈ এ আই ইউ ডি এফ কৰ্মীয়ে ৰাইজৰ দল জিন্দাবাদ ধ্বনিৰে মুখৰিত কৰিলে মৈৰাবাৰী বজাৰ প্ৰাঙ্গন।*
মৈৰাবাৰীৰ পৰা নছিদুৰ ৰহমান।
Comments
Post a Comment