হাজাৰ হাজাৰ সমৰ্থকক লৈ মনোনয়ন দাখিল হাজোৰ বিধায়িকা সুমন হৰিপ্ৰিয়াৰ

হাজাৰ হাজাৰ সমৰ্থকক লৈ মনোনয়ন দাখিল হাজোৰ বিধায়িকা সুমন হৰিপ্ৰিয়াৰ।
বিজয় নিশ্চিত ১০০শতাংশঃকুইন ওজা সাংসদ। 
উন্নয়নৰ বাবে বিপুল ভোটত জযী হমঃসুমন হৰিপ্ৰিয়া। 

পঙ্কজ নাথ, চাংসাৰি, ১৯ মাৰ্চ :

তৃতীয় পৰ্যায়ৰ মনোনয়ন দাখিলৰ শেষ দিনা হাজাৰ হাজাৰ সমৰ্থকক লৈ মনোনয়ন দাখিল কৰে হাজোৰ বিধায়িকা সুমন হৰিপ্ৰিয়াই ।
মনোনয়ন পত্ৰ দাখিলৰ সমযত সংগ দিযে অগপ নেতা নুৰুল হুছেইন,সাংসদ দিলীপ শইকীযা, ভূবনেশ্বৰ কলিতা, কুইন ওজা,মহিলা মৰ্চাৰ নেত্ৰী অপাৰাজিতা কলিতা,নিবাৰণ লহকৰ,জীতেন্দ্ৰ পাটোবাৰী আদিযে।
বিশাল ৰেলীৰে  মনোনয়ন পত্ৰ দাখিল কৰে হাজোৰ মিত্ৰজোটৰ প্ৰাৰ্থী সুমন হৰিপ্ৰিয়াই ।
ৰাতিপুৱাই হাজোৰ হয়গ্ৰীৱ মাধৱ মন্দিৰত সেৱা লʼলে সুমন হৰিপ্ৰিয়াই। 
সুমন হৰিপ্ৰিয়াৰ মুখত "হয়গ্ৰীৱ মাধৱ কি জয়" ধ্বনি। পঞ্চতীৰ্থ দৰ্শনৰ পিছতহে মনোনয়ন পত্ৰ দাখিল  বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী গৰাকীয়ে।
পোৱামক্কা দুৰ্গাহ শ্বৰীফতো দোৱা লয় সুমন হৰিপ্ৰিয়াই।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা