মাজুলীত উপস্থিত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ:সোণোৱালৰ হৈ নিৰ্বাচনী প্ৰচাৰ

 ৯৯ নং মাজুলী(এচ টি)বিধান সভা সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী তথা অসমৰ মুখ্যমন্ত্ৰী সোণোৱালৰ নিৰ্বাচনী প্ৰচাৰ বাবে আজি মাজুলীত উপস্থিত হয় কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ।
মাজুলীৰ ফুলনি পথাৰত অনুষ্ঠিত এখন বিশাল নিৰ্বাচনী সভাত অংশ লৈ গৃহমন্ত্ৰী অমিত শ্বাহে ডবা,কাঁহ বজাই নিৰ্বাচনৰ ৰনডংকা বজাই।
সভাত কংগ্রেছক তুলাধূনা দিয়ে কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে।সভাত মাজুলী সমষ্টি বিজেপিৰ প্ৰাৰ্থী তথা মুখ্যমন্ত্ৰী সোণোৱালৰ লগতে বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাস, বহু কেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে।
vijual
পৰাণজ্যোতি বৰা, মাজুলী।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা