পশ্চিমবংগত ৭৯.৭৯ শতাংশ ভোটদান

নিউজ ডেস্ক : আজি অসমৰ লগতে চুবুৰীয়া ৰাজ্য পশ্চিমবংগতো অনুষ্ঠিত হৈ যায় প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ। ৰাজ্যখনতো ভোটাৰ ৰাইজে ব্যাপক সহাৰি প্ৰদান কৰে। ৰাজ্যখনৰ প্ৰথম পৰ্যায়ত ৩০ টা সমষ্টিৰ ভিতৰত বাতৰি লিখাৰ পৰলৈ প্ৰাপ্ত খৱৰমতে ৭৯.৭৯ % ভোটদান হয়। অৰ্থাৎ ৰাজ্যখনতো ভোটিং ব্যৱস্থালৈ ভোটাৰ ৰাইজে ব্যাপক সঁহাৰি দিয়া পৰিলক্ষিত হৈছে।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা