আজি প্ৰধানমন্ত্ৰী-মুখ্যমন্ত্ৰীৰ বৈঠক, পুনৰ লক ডাউনৰ দিশে নেকি দেশ?

 দেশত কোৰোনাৰ সংক্ৰমণ বৃদ্ধি হোৱাৰ পৰিপ্ৰেক্ষিতত
আজি ৰাজ্যৰ মুখ্যমন্ত্ৰী সকলৰ সৈতে বৈঠকত বহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী ।
 দিনৰ ১২.৩০ বজাৰ পৰা বৈঠক আৰম্ভ কৰিব মোডীয়ে।ভিডিঅ’ কনফাৰেন্সিংৰ জৰিয়তে অনুষ্ঠিত হ’ব লগা বৈঠকক কেন্দ্ৰ কৰি দেশত ব্যাপক চৰ্চা আৰম্ভ হৈছে। কিয়নো এনে উচ্চ পৰ্যায়ৰ বৈঠকতে লক ডাউনৰ সিদ্ধান্ত গ্ৰহণ কৰা হব পাৰে বুলি শংকিত হৈ পৰিছে ক্ষুদ্ৰ ব্যৱসায়ীসকল। উল্লেখ্য যে ইতিমধ্যে কেবাখনো চহৰত স্থানীয়ভাৱে লকডাউন দিয়া হৈছে।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা