নিৰ্বাচনৰ প্ৰাক মুহুৰ্তত আমিন গাঁৱত উঠিছে টকাৰ উজান

পঙ্কজ নাথ, চাংসাৰি, ২২ মাৰ্চ :

নিৰ্বাচনৰ বতৰত কামৰূপ জিলাৰ আমিনগাওঁত উঠিছে টকাৰ উজান। আমিনগাঁৱত ষ্টেটিক চাৰ্ভিলেঞ্চ দলৰ অভিযানত জব্দ বৃহৎ  পৰিমানৰ ধন ।

মাটিলদা ৱাজগুই নামৰ মহিলা গৰাকীয়ে শ্বিলঙৰ পৰা শুৱালকুছিলৈ কঢ়িয়াই নিছিল বৃহৎ ধন ।

এছ এছ টিৰ অভিযানত আমিন গাঁৱত ধৰা পৰে ২লাখ ৬৩ হাজাৰ টকা ।

নিজকে কাপোৰ ব্যবসায়ী বুলি শ্বিলঙৰ মহিলা গৰাকীয়ে পৰিচয় দিছে যদিও আৰক্ষীৰ তদন্তত হে ওলাই পৰিব প্ৰকৃত সত্য।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা