আজিৰে পৰা অনুষ্ঠিত হব ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ অখিল ভাৰতীয় প্ৰতিনিধি সভা

আজিৰে পৰা অনুষ্ঠিত হব ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ অখিল ভাৰতীয় প্ৰতিনিধি সভা।
বাংগালোৰত অনুষ্ঠিত হব এই সভা।
এই সভাতেই সংঘৰ নিৰ্দিষ্ট প্ৰক্ৰিয়াৰ দ্বাৰা নিৰ্বাচিত হব সহ কাৰ্যবাহ।
সংঘৰ ৪৪ খন প্ৰান্তৰ প্ৰায় ১০০০ কাৰ্যকৰ্তাই অনলাইনযোগে সভাত অংশ লব।
১৯ আৰু ২০ মাৰ্চত হব এই গুৰুত্বপূৰ্ণ সভা।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা