ৰিগিঙক কেন্দ্ৰ কৰি উত্তাল জোনাই

এফ এন আৰ, জোনাইঃ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণৰ মাজতে আজি জোনাই বিধানসভা সমষ্টিত ৰিগিঙক কেন্দ্ৰ কৰি বিজেপি-কংগ্ৰেছ কৰ্মীৰ মাজত সংঘাত হয়। অমৰপুৰ প্ৰাথমিক বিদ্যালয় ৬৯ নং ভোটগ্ৰহণ কেন্দ্ৰত সংঘটিত ঘটনাটোত  তিনিজন আহত হয়। তেঁওলোক বৰ্তমান চিকিৎসাধীন হৈ আছে।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা