বতৰ বেয়া, হেলিকপ্তাৰ নুৰে, ৰাহুলৰ সভা বাতিল

নিউজ ডেস্ক : আজি শিলচৰত অনুষ্ঠিত হবলগা কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ জনসভা বেয়া বতৰৰ বাবে  বাতিল কৰা হৈছে। আজি তেঁও তিনিখনকৈ নিৰ্বাচনী সভাত অংশ লোৱাৰ কথা আছিল । প্ৰতিকূল বতৰত 
 শিলচৰত আছিল ৰাহুল গান্ধীৰ সভা।
প্ৰতিকূল বতৰৰ বাবে হেলিকপ্তাৰ উৰণত বাধাগ্ৰস্থ হোৱাৰ আশংকাতে  শিলচৰৰ ৰাহুল গান্ধীৰ সভা বাতিল কৰা হৈছে। আজি বোকাজান আৰু হাফলঙৰ আন দুখন সভাও বাতিল কৰাৰ সম্ভাৱনা আছে।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা