বঙাইগাঁৱ জিলাৰ আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকাৰ সংবাদমেল ।

বঙাইগাঁৱ জিলাৰ আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকাৰ সংবাদমেল ।


বঙাইগাঁৱৰ প্ৰতিবেদক ২৪ এপ্ৰিলঃ- পুনৰ বঙাইগাঁৱ জিলাত আকৌ এগৰাকী জেহাদীক গ্ৰেপ্তাৰ বঙাইগাঁৱ আৰক্ষীৰ । গ্ৰেপ্তাৰ কৰা জেহাদীজনৰ নাম চৈয়দ আহমেদ(২৫)। বঙাইগাঁৱৰ ভাণ্ডাৰাৰ পৰা গ্ৰেপ্তাৰ চৈয়দ আহমেদক। 
আৰক্ষীৰ পৰা পলায় সাৰিবলৈ সক্ষম হয় হামিদুল ইছলাম নামৰ আন এজন জেহাদী। 
হামিদুলৰ ঘৰ যোগীঘোপাৰ পাল্লিতলত।
পূৰ্বে গ্ৰেপ্তাৰ কৰা 
ইমৰাণ হুছেইন স্বীকাৰোক্তিৰ ভিত্তিত গ্ৰেপ্তাৰ চৈয়দ আহমেদক ।
ইতিমধ্যে আৰক্ষীয়ে বহু নথি পত্ৰ জব্দ কৰিবলৈ সক্ষম হৈছে। 
বেংকৰ পাচবুক আৰু জেহাদীক উৎসাহ জগোৱা কিতাপ জব্দ কৰিছে আৰক্ষীয়ে।
আনচাৰুল্লাহ বাংলা টিমৰ তিনিজন জেহাদীক গ্ৰেপ্তাৰ কৰাৰ পিছতে এতিয়া বঙাইগাঁৱ আৰক্ষীৰ তদন্ত  তীব্ৰ গতিত চলাই আছে। 

প্ৰেৰক-কুৰবান আলী আহমেদ, বঙাইগাৱ

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা