বিজনীৰ ১ নং বৰপথাৰ বৈকুণ্ঠ পাৰাত মুকলিৰ বিহুৰ দ্বাৰ উন্মোচন কৰে - ৰিণ্টু কুমাৰ দাস, সভাপতি, চিৰাং জিলা বিজেপি ।

বিজনীৰ ১ নং বৰপথাৰ বৈকুণ্ঠ পাৰাত মুকলিৰ বিহুৰ দ্বাৰ উন্মোচন কৰে - ৰিণ্টু কুমাৰ দাস, সভাপতি, চিৰাং জিলা বিজেপি ।

সংবাদ দাতা : ৰাজীৱ বৰ্মন , চিৰাং 
দৈনিক আমাৰ প্ৰণাম ,২১ এপ্ৰিল ,
--------------------------------
চিৰাং জিলাৰ 
বিজনী মহকুমাৰ অন্তৰ্গত  ১ নং বৰপথাৰ বৈকুণ্ঠ পাৰাত 
ত ন-সূৰূষ সংঘৰ উদ্যোগত ২ দিনীয়া কাৰ্য্যসুচীৰে ২৬ তম ৰঙালী বিহু আয়োজন কৰে । 
ভেকচন প্ৰতিযোগিতা পৰিচালনা কৰে -পানবাৰী অঞ্চলৰ জেষ্ঠ্য শিক্ষক গৌৰীকান্ত ছেত্ৰীয়ে । 
বটা বিতৰণী সভা পৰিচালনা কৰে --বৰপথাৰ পূৱ পাৰা এল পি স্কুলৰ প্ৰধান  শিক্ষক * তৰুণ দাস , অতিথি হিচাপত উপস্থিত থাকে -চিৰাং জিলা ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি ৰূপম কুমাৰ দাস ,
আবেলী ২:৪৫ বজাত 
মুকলি বিহুৰ দ্বাৰ উন্মোচন কৰে - চিৰাং জিলা বিজেপিৰ সভাপতি ৰিণ্টু কুমাৰ দাসে ।
ৰাতি ৯ বজাত সাংস্কৃতিক সন্ধিয়া অনুষ্ঠানৰ দ্ধাৰ উন্মোচন কৰে - বৰপথাৰ VCDC ৰ চিয়াৰপাৰ্চন - সৰস্বতী দাস ৰায় 
আজিৰ কাৰ্যসূচীত উপস্থিত থাকে 
 --বৰপথাৰ VCDC ৰ প্ৰাক্তন চিয়াৰমেন দিলীপ কুমাৰ ৰায় ।
 ৮৫৫ নং উত্তৰ বিষ্ণুপুৰ প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক 
- ৰতিকান্ত দাস ,২৮৬ নং বৰপথাৰ প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক শুক্ৰেশ্বৰ পাঠক ,
বৰপথাৰ ক্লাছটাৰৰ 
CRCC ঘণশ্যাম মেধীয়ে, সমাজকৰ্মী মজিন ৰায়ে ,
বিহু উদযাপন সমিতিৰ সভাপতি ধৰ্মেশ্বৰ ৰায় , সম্পাদক - মহানন্দ ৰায় ,উপ সভাপতি প্ৰবীন ৰাজবংশী ,ন-সূৰূষ সংঘৰ সভাপতি পূৰন্দৰ ৰায় 
, সম্পাদক ভূমিধৰ ৰায় , বিহু উদযাপন সমিতিৰ সদস্য /সদস্যা ,
 ,ন -সূৰূষ সংঘৰ সদস্য সকলৰ লগতে বৰপথাৰ  অঞ্চলৰ  সমাজকৰ্মী , বুদ্ধিজীৱী ব্যাক্তিসকলেই উপস্থিত থাকে । 
সাংস্কৃতিক সন্ধিয়াৰ অনুষ্ঠানত কণ্ঠশিল্পী অসীম আৰু পাখীয়ে গীত পৰিৱেশন কৰি উপস্থিত দশকত আপ্লুতো কৰি তোলে ।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা