গ্ৰেনমাৰ্ক ভাউণ্ডেচনৰ উদ্যোগত আয়োজিত সৰ্ব ভাৰতীয় ঐতিহ্য খাদ্য প্ৰণালী প্ৰদৰ্শনী,আশা ভাউণ্ডেচনৰ প্ৰথম পুৰস্কাৰ



শ্ৰীৰামপুৰ-গোসাইগাও,৩০ এপ্ৰিল:-অনলাইনত যোগে গ্ৰেনমাৰ্ক ভাউণ্ডেচনৰ উদ্যোগত আয়োজিত সৰ্ব ভাৰতীয় ঐতিহ্য খাদ্য প্ৰণালী প্ৰদৰ্শনী আয়োজন কৰে।উক্ত প্ৰদৰ্শনীত দেশৰ তেইশ খন ৰাজ্যৰ ৫৬৯ খন বেচৰকাৰী সংস্থাই অংশগ্ৰহণ কৰি নিজৰ নিজৰ প্ৰদৰ্শনী দেখুৱায়। উক্ত প্ৰদৰ্শনীত আশা ফাউণ্ডেচন নামৰ বেচৰকাৰী সংস্থাৰ সম্পাদক আসাদুল আকন্দ  অংশগ্ৰহণ কৰি বড়ো জনগোষ্ঠীৰ প্ৰিয় খাদ্য(চিল্ক ওৰ্যাম) এৰি পলু খাদ্য প্ৰণালীৰ প্ৰদৰ্শনী দেখুৱাই প্ৰথম পুৰুস্কাৰ লাভ কৰে। গ্ৰেণ্ট মাৰ্ক ফাউণ্ডেচনে কালি পুৰুস্কাৰ ঘোষনা কৰাত আশা ফাউণ্ডেচনে প্ৰথম পুৰুস্কাৰৰ খৱৰ পাই উৎফুল্লিত হৈ পৰে বেচৰকাৰী সংস্থাটোৰ বিষয়বৱীয়া, সদস্য সকলে।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা