বঙাইগাঁৱৰ বিদ্যাপুৰত চাঞ্চল্যকৰ ঘটনানিজ পুত্ৰৰ হাতত প্ৰাণ গ'ল মাতৃৰ

। 

মংগলবাৰে পুৱতি নিশা বিদ্যাপুৰ বজাৰত অৱস্থিত নিজ গৃহতে পুত্ৰ মনজিৎ বৰ্মনে নিৰ্মম ভাবে  চোকা অস্ত্ৰৰে  ঘপীয়াই হত্যা কৰে মাতৃ প্ৰাণেশ্বৰী বৰ্মনক(৫৫)

জানিব পৰা মতে দীৰ্ঘদিনৰ পৰা মনজিৎ বৰ্মন মানসিক ৰোগত আক্ৰান্ত হৈছিল আছিল

ঘটনাস্থলীত ইতিমধ্যে বিদ্যাপুৰ আৰক্ষী উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে

সম্প্ৰতি মাতৃ হত্যাৰ ঘটনাটোয়ে চাঞ্চল্যৰ সৃষ্টি কৰিছে সমগ্ৰ বঙাইগাঁৱত। 


প্ৰেৰক, কুৰবান আলী আহমেদ, বঙাইগাওঁ

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা