বিজনীৰ ৪ নং দৈলংঝাৰ শান্তি পাৰাত জোনাকী সংঘৰ সৌজন্যত ৩৩ তম ৰঙালী বিহু‌ উদযাপন ।

বিজনীৰ ৪ নং দৈলংঝাৰ শান্তি পাৰাত জোনাকী সংঘৰ সৌজন্যত ৩৩ তম ৰঙালী বিহু‌ উদযাপন ।

সংবাদ দাতা : ৰাজীব বৰ্মন 
-------------------------------------

দৈনিক আমাৰ প্ৰণাম ,২১ এপ্ৰিল ,
চিৰাং জিলাৰ বিজনীৰ  ৪ নং দৈলংঝাৰ শান্তি পাৰাত 
 জোনাকী সংঘৰ  সৌজন্যত  দুদিনীয়া কাৰ্যসূচীৰে  ৰঙালী বিহু উদযাপন কৰে ।
আজি প্ৰথমদিনা কাৰ্যসূচী মৰ্মে  বিহু পতাকা উত্তোলন কৰে - দণ্ডীবড়ো এম,ই স্কুলৰ প্ৰধান শিক্ষক - কপিল চন্দ্ৰ ৰায়ে ।
। শ্বহীদ তৰ্পণ কৰে -জোনাকী সংঘৰ মূখ্য উপদেষ্টা -কাৰ্তিক দাসে 
। গছ পুলি ৰোপন কৰে - ৮৯২ নং শান্তি পাৰা প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক * উৎপল কুমাৰ বেপাৰীয়ে ,
প্ৰতিযোগিতা মূলক বিভিন্ন খেল -ধেমালি উদ্ধোধন কৰে - সাংবাদিক ৰাজীৱ বৰ্মনে 

আজিৰ কাৰ্যসূচীত উপস্থিত থাকে - জোনাকী সংঘৰ সভাপতি মঞ্জয় দাসে , সম্পাদক -- মতিন ৰায় ,
বিহু উদযাপন সমিতিৰ সভাপতি * বিকাশ ৰায় , সম্পাদক * ৰাতুল ৰায় ,
লটাৰী খেল পৰিচালনা সমিতিৰ সভাপতি * মনিন্দ্ৰ পাটগিৰী 
সম্পাদক * জিন্টু ভোৰালীৰ লগতে স্থানীয় সমাজকৰ্মী, বুদ্ধিজীৱী সকলেই উপস্থিত থাকে ।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা