বিজনীৰ ৪ নং দৈলংঝাৰ শান্তিপাৰাত ৰঙালী বিহু উদযাপন সম্পৰ্কে বটা বিতৰণী , মুকলি বিহু দ্বাৰা উন্মোচন ।

বিজনীৰ ৪ নং দৈলংঝাৰ শান্তিপাৰাত ৰঙালী বিহু উদযাপন সম্পৰ্কে বটা বিতৰণী , মুকলি বিহু দ্বাৰা উন্মোচন । 

আমাৰ প্ৰণাম ,২২ এপ্ৰিল  চিৰাং 
দৈনিক আমাৰ প্ৰণাম , চিৰাং 
চিৰাং জিলাৰ বিজনী মহকুমাৰ অন্তৰ্গত ৪ নং দৈলংঝাৰ শান্তিপাৰাত জোনাকী সংঘৰ সৌজন্যত ৩৩ তম ৰঙালী বিহু উদযাপনৰ আয়োজন কৰে । আজি বিহু উদযাপন সমিতিয়ে এখন বটা বিতৰণী সভা অনুষ্ঠিত কৰে । 
লগতে সন্ধিয়া ৫ বজাত মুকলিৰ দ্ধাৰ উন্মোচন কৰে ------চিৰাং জিলা বিজেপিৰ সভাপতি ৰিণ্টু কুমাৰ দাস ,
আজিৰ কাৰ্যসূচীত পৰিচালনা কৰে - ডণ্ডী বড়ো এম ই স্কুলৰ প্ৰধান শিক্ষক * কপিল চন্দ্ৰ ৰায়ে ।
আজিৰ কাৰ্যসূচীত উপস্থিত থাকে - ৮৯২ নং দৈলংঝাৰ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক উৎপল কুমাৰ বেপাৰী , সমাজকৰ্মী আনন্দ দাস , গণেশ বায়নৰ লগতে জোনাকী সংঘ ,বিহু উদযাপন সমিতিৰ বিষয়াসকলক উপস্থিত থাকে l 
 -জোনাকী সংঘৰ মূখ্য উপদেষ্টা -কাৰ্তিক দাসে 
। আজিৰ কাৰ্যসূচীত উপস্থিত থাকে - জোনাকী সংঘৰ সভাপতি মঞ্জয় দাসে , সম্পাদক -- মতিন ৰায় ,
বিহু উদযাপন সমিতিৰ সভাপতি * বিকাশ ৰায় , সম্পাদক * ৰাতুল ৰায়  ,
 লগতে স্থানীয় সমাজকৰ্মী, বুদ্ধিজীৱী সকলেই উপস্থিত থাকে ।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা