মৈৰাবাৰীত অবৈধ গো-মাংসৰ ৰমৰমীয়া বেহা

মৰিগাওঁ  জিলাৰ মৈৰাবাৰী  বজাৰত অবৈধ ভাৱে গো-মাংস বিক্ৰী কৰি আহিছে এচাম অসাধু ব্যৱসায়ীয়ে।।

পৱিত্ৰ ঈদ উপলক্ষে গো-মাংস বজাৰৰ মূল্যত কৈ অধিক টকা লৈ এচাম অসাধু ব্যৱসায়ীয়ে  প্ৰায় ৫০০ টকা পৰ্যন্ত বৃদ্ধি কৰি বিক্ৰি কৰি আছে অবৈধ বাবে ৷

অবৈধ বাবে বহু আগৰে পৰা  বজাৰত বিক্ৰী কৰি আহিছে যদিওঁ এচাম অসাধু  ব্যৱসায়ীৰ কৰ্ম কাণ্ডই  লজ্জানিত কৰিছে আজিৰ সমাজক।।

আচলতে,গৰু কটাৰ আগত কৰিব লাগে গৰুৰ স্বাস্থ্য পৰিক্ষা কিন্তু ইয়াত কাৰবাৰটো বেলেগ আগতে গৰু কাটে তাৰ পিছত যদি কোনো তদন্ত হয় তেন্তে ডাক্তৰক মেনেজ কৰি লৈ আহে স্বাস্থ্য পৰিক্ষাৰ প্ৰমাণ পত্ৰ ৷ 
 এতিয়া প্ৰশ্ন হয় যে প্ৰসাশনৰ চকুত ধুলি দি নে প্ৰসাশনক মেনেজ কৰি চলাই আছে গো- মাংসৰ অবৈধ বেহা ৷
এজনৰ নামত দুটা কৈ গো-মাংস দোকানৰ প্ৰমাণ পত্ৰ লৈ চলাই আছে গো-মাংসৰ ৰমৰমীয়া বেহা ৷
প্ৰমাণ পত্ৰ যদি কাৰোবাৰ নামত ভাড়াত দি চলাইছে কোনোবাই ! মুঠতি অবৈধ বাবে চলি গৈ আছে গো-মাংসৰ অবৈধ ৰমৰমীয়ী বেহা ৷

মৈৰাবাৰীৰ পৰা নছিদুৰ ৰহমান।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা