অতি শীঘ্ৰে খহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা নল’লে বাৰিষা ভয়ংকৰ ৰূপ ল’বঃ উল্টাখন্দাক লৈ শংকিত নলবাৰী ধমধমাৰ ৰাইজ

 ক’ভিড ১৯ৰ ভয়াৱহতাই মানুহৰ মাজত ত্ৰাসৰ সৃষ্টি কৰি থকাৰ সময়তে ধমধমাত আন এক বিপদে ৰাইজক শংকিত কৰি তুলিছে৷বাৰিষা আগমনৰ লগে লগে ধমধমাৰ গড়ভিত সৃষ্টি ক’ৰোনা ভাইৰাছ সমানেই ভয়াৱহ কৰি তুলিছে পৰিসতি*
*কিয়নো বিগত বাৰিষা এই উল্টাখন্দাই ভংয়কৰ ৰূপ লৈ ধ্বংসলীলা চলাইছিল*

নলবাৰী *ধমধমা চৈং নৈৰ পৰা সৃষ্টি  হোৱা  উল্টাখন্দাই ক্ষতিসাধন কৰি আহিছে*

*এই উল্টাখন্দাই নলবাৰী  ধমধমা,ফুলগুৰিৰ আৰু গড়ভিতৰ গাঁৱৰ কেইবাটাও পৰিয়ালৰ ঘৰ-বাৰী উছন হোৱাৰ উপৰিও ছয় সাত গাঁৱৰ পথাৰৰ বিধ্বস্ত কৰিছিল*

*এই বাৰ বাৰিষা অহাৰ লগে-লগেই এই উল্টাখন্দাক লৈ শংকিত হৈ পৰিছে  ।নলবাৰী ধমধমা,উজিৰখাট,গড়ভিতৰ,ফুলগুৰি,গোৱালবিল আদিৰ গাঁৱৰ ৰাইজ*

*এই উল্টাখন্দাই পথাৰ কেইবা ফুট দকৈ খান্দি নিয়া ফলত কেইবাখনো পথাৰ খেতিৰ অনুপযোগী হৈ পৰিছে*

*এই উল্টাখন্দাই ইমানে ভয়াৱহ ৰূপ লৈয় নিশা ভিতৰত খহাই নিয়ে বিস্তৃত পথাৰৰ,পথ আৰু মানুহৰ ঘৰ-বাৰী৷এসময়ত কেইখনমান পথাৰ পানী গৈ চৈং নৈত পৰিছিল সেই পানীৰ সূঁতিযে সৃষ্টি কৰা উল্টাখন্দাই বিগত বছৰসমুহত কাল ৰূপ ধাৰণ কৰা তদুপৰি পাগলদিয়াৰ নদী উন্মুক্ত অংশৰে সোমাই অহা সূঁতিযে আন এক মাত্ৰা দিছে উল্টাখন্দাক*

*উল্টাখন্দাটোক প্ৰতিৰোধ ব্যৱস্থা নললে এইবাৰ বাৰিষা পাগলাদিয়াৰ নদী সৈতে সংযুক্ত হব*

*পাগলাদিয়াৰ সৈতে সংযুক্ত হলেই এই অঞ্চলটো বহু গাঁৱত নামি আহি বিপদ*
 
*কিন্ত এই উল্টাখন্দাটোক প্ৰতিৰোধ কৰিবলৈ অসম চৰকাৰ তথা বিটিআৰৰ কৰ্তৃপক্ষই কোনো ধৰণৰ ব্যৱস্থা লোৱা নাই*

*আনকি অসম চৰকাৰ ভূমি সংৰক্ষণ বিভাগে তাংক্ষণিক ভাবে পদক্ষেপ গ্ৰহন নকৰিলে*

*এইটাৰ অঞ্চলটো ৰাইজক এই উল্টাখন্দাই যে যণ্য়না  দিব সেইটো নিশ্চয়ত*


নলবাৰী পৰা শংকৰ দাস ।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা