অনিৰ্দিষ্ট কাললৈ স্থগিত হাইস্কুল শিক্ষান্ত পৰীক্ষা (মেট্ৰিক)

লুইত কোৱৰ : অনিৰ্দিষ্ট কাললৈ স্থগিত কৰা হল হাইস্কুল শিক্ষান্ত পৰীক্ষা অথবা মেট্ৰিক আৰু হাই মাদ্ৰাছা পৰীক্ষা।  শেহতীয়া কৰোনাজনিত পৰিস্থিতিৰ বাবে এই সিদ্ধান্ত গ্ৰহণ ছেবাৰ । পৰিস্থিতি উন্নত হ’লে পুনৰ পৰীক্ষা হোৱাৰ কথা জানিবলৈ দিছে ছেবাই ।
উল্লেখ্য যে ১১ মে’ত অনুষ্ঠিত হোৱাৰ কথা আছিল হাইস্কুল শিক্ষান্ত পৰীক্ষা । কিন্তু অনিশ্চয়তাত আছিল পৰীক্ষা।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা