মৈৰাবাৰীত যুৱকৰ ৰহস্য জনক মৃত্যু

👉 মৰিগাঁও জিলাৰ মৈৰাবাৰী আৰক্ষী থানাৰ অন্তৰ্গত পশ্চিম মৈৰাবাৰীত মঙলবাৰে এজন যুৱকে চিপ লৈ থকা অৱস্হাত স্হানীয় লোকৰ সহযোগত মৃত দেহ উদ্ধাৰ কৰে মৈৰাবাৰী আৰক্ষীয়ে ৷
☞ জানিব পৰা মতে মৃত   যুৱকজনে বাসগৃহৰ ওচৰত থকা বাহ বাৰীত  চিপ  লোৱা পৰিলক্ষিত হয় ৷
 👉মৃত যুৱকজনৰ নাম ছাহজাহান আলী (45)পিতা মুছলেম উদ্দিন৷
👉মৃতকৰ দেউতাকে জানিব দিয়া মতে আজিৰে পৰা প্ৰাই তিনি মাহ পূৰ্বে ছাজাহান আলীয়ে তেওঁৰ সৰু ভাতৃৰ পত্নীক লৈ ঘৰৰ পৰা  পলায়ন কৰিছিল৷  
☞  আজি হঠাৎ তিনিমাহ পিছত ঘৰত আহি বাৰীৰ পিছফালে বাহঁ গছত চিপ লৈ মৃত্যু হোৱা বাতৰি বিয়পি পৰাৰ লগে লগে অঞ্চলখনত চেপা উত্তেজনা বিৰাজ কৰিছে৷ 
 ☞ আত্মহত্যা নে হত্যা এই ৰহস্য আৰক্ষীয়ে কিদৰে ভেদ কৰে  সেয়া সম্প্ৰতি লক্ষণীয় বিষয় হিচাপে থিয় দিছে৷

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা