#BREAKING- ৰাজ্যৰ কেইবাখনো জিলাৰ আৰক্ষী অধীক্ষক সলনি

#BREAKING
- ৰাজ্যৰ কেইবাখনো জিলাৰ আৰক্ষী অধীক্ষক সলনি
- ধুবুৰীৰ SP আনন্দ মিশ্ৰক নগাঁৱলৈ বদলি
- কোকৰাঝাৰৰ SP ৰাকেশ ৰোছনক শিৱসাগৰৰ SP ৰূপে বদলি
- যোৰহাটৰ নতুন SP হ’ব অংকুৰ জৈন
- চিৰাঙৰ SP ৰূপে বদলি IPS বিষয়া গৌৰৱ উপাধ্যায়ক
- কোকৰাঝাৰৰ SP ৰূপে বদলি ডিব্ৰুগড়ৰ টি পি বিজয় কুমাৰক
- হাইলাকান্দিৰ নতুন SP হ’ব হামৰেণৰ ৰমনদীপ কৌৰ
- বৰপেটাৰ পৰা ৰবীন কুমাৰক গোলাঘাটৰ SP ৰূপে বদলি
- কাছাৰৰ SP বি এল মীনাক দুৰ্নীতি নিবাৰকৰ SP নিযুক্তি
- গোলাঘাটৰ SP পুষ্পৰাজ সিঙক কাৰ্বি আংলঙলৈ বদলি
- নগাঁৱৰ পৰা গৌৰৱ অভিজিত্‍ দিলীপক ধুবুৰীলৈ SP ৰূপে বদলি
- মাজুলীৰ SP এন অপৰ্ণাক মৰিগাঁৱৰ SP ৰূপে নিযুক্তি
- গুৱাহাটীৰ অপৰাধ শাখাৰ DCP বৰুণ পুৰকায়স্থক হোজাইলৈ বদলি
- ডিব্ৰুগড়ৰ SP ৰূপে নিযুক্ত চৰাইদেউৰ এছ মিশ্ৰ
- গুৱাহাটী পূব মণ্ডলৰ DCP নিযুক্ত শুভ্ৰজ্যোতি বৰা
- গুৱাহাটীৰ অপৰাধ শাখাৰ DCP নিযুক্ত মোহনলাল মীনা
- শোণিতপুৰৰ SP মুগ্ধজ্যোতি মহন্তক মুখ্য কাৰ্যালয়লৈ বদলি
- লখিমপুৰৰ SP ৰূপে নিযুক্তি বেদান্ত মাধৱ ৰাজখোৱাক
- তিনিচুকীয়াৰ SP ৰূপে বদলি দেৱজিত্ দেউৰীক
- মাজুলীৰ SP ৰূপে নিযুক্তি গৌতম বৰাক
- মানৱেন্দ্ৰ দেৱৰয়ক কাহিলীপাৰাৰ দশম আৰক্ষীৰ কমাণ্ডাৰ নিযুক্তি
- বিশ্বনাথৰ SP ৰাজেন সিঙক বাক্সাৰ SP ৰূপে নিযুক্তি
- চিৰাঙৰ SP সুধাকৰ সিঙক চৰাইদেউৰ SP ৰূপে বদলি
- মাজুলীৰ পৰা লংনিত টেৰাঙক গুৱাহাটীৰ AIGP ৰূপে বদলি
- বঙাইগাঁৱৰ SP ৰূপে নিযুক্তি স্বপ্ননীল ডেকাক
- বঙাইগাঁৱৰ সুবোধ সোণোৱালক SP ৰূপে দক্ষিণ শালমৰালৈ বদলি
- যোৰহাটৰ SP মৃণাল তালুকদাৰক সপ্তম APBnলৈ বদলি
- শিৱসাগৰৰ SP অমিতাভ সিনহাক বৰপেটালৈ বদলি
- বাক্সাৰ হিৰণ্য বৰ্মনক ওদালগুৰিৰ SP ৰূপে নিযুক্তি
- দৰঙৰ SP ৰূপে নিযুক্তি মুখ্য কাৰ্যালয়ত থকা সুশান্ত বিশ্ব শৰ্মাক
- ওদালগুৰিৰ SP ৰিপুল দাসক বিশ্বনাথৰ SP ৰূপে বদলি
- হামৰেণৰ SP নিযুক্ত অজংৰান বসুমতাৰীক
- মৰিগাঁৱৰ SP নন্দ সিঙক মুখ্য কাৰ্যালয়লৈ বদলি
- হাইলাকান্দিৰ SP পৱীন্দ্ৰ কুমাৰ নাথক নলবাৰীৰ SP ৰূপে নিযুক্তি

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা