লাহৰিঘাটত ভংকৰ অগ্নিকাণ্ড সংঘটিত হয়

দিনৰ ২:৩০ মিনিটত  লাহৰিঘাটৰ বজাৰ পৰা সংঘটিত হয় এই ভংকৰ অগ্নিকাণ্ড। অগ্নিকাণ্ডটোত লাহৰিঘাট বজাৰ প্ৰায় কোটি টকাৰ সা-সম্পত্তি জুইত ভূষ্মভিত হয়।
অগ্নিকাণ্ড লাহৰিঘাট বজাৰ প্ৰায় দশ খন দোকান জুইত সম্পূৰ্ণ ৰূপে ভস্মিভূত হয়।বহু সময় পিছত ধিং,মৈৰাবাৰী ,ভূৰাগাৱঁৰ পৰা অগ্নিনিৰ্বাহক বাহিনী আহি  জুই নুমাব সক্ষম হয়।
উল্লেখ্য যে বৃহত্তৰ লাহৰীঘাটত এটা অগ্নিনিৰ্বাহক বাহিনীৰ কেন্দ্ৰ নথকাৰ  বাবেই সঘনাই এই অঞ্চলত এনে ধৰনৰ ভয়ংকৰ  অগ্নিকান্ড সংগঠিত হোৱা পৰিলক্ষিত হৈছে।
লাহৰীঘাটৰ পৰা আফতাপ হুছেইনৰ প্ৰতিবেদন

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা