এইবাৰ হাৰিয়ানাত লকডাউন ঘোষণা

নিউজ ডেস্ক : দেশজুৰি বৃদ্ধি পোৱা কোৰোণা ভাইৰাছৰ সংক্ৰমণৰ বাবে এইবাৰ লকডাউন ঘোষণা কৰা হৈছে হাৰিয়ানাত ।  হাৰিয়াণাত ৩ মে’ৰ পৰা  ১০ মে’লৈ লকডাউন ঘোষণা ।
কোভিড পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত গ্ৰহন কৰে হাৰিয়াণা চৰকাৰে ।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা