ব্ৰেকিং : দলৰ সংখ্যালঘু নেতৃত্বৰ প্ৰতি ক্ষোভ ৰাজ্যিক বিজেপিৰ, ভংগ সকলো সংখ্যালঘু সমিতি

নিউজ ডেস্ক : সদ্য সমাপ্ত অসম বিধানসভা নিৰ্বাচন - ২০২১ ত সংখ্যালঘু অধ্যুষিত অঞ্চলসমূহত ভাৰতীয় জনতা পাৰ্টিৰ প্ৰদৰ্শন অতিকৈ নিম্নস্তৰৰ হোৱাৰ ফলত দলটোৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসে তাৎক্ষণিকভাৱে বলবৎ হোৱাকৈ বৰ্তমানৰ ভাৰতীয় জনতা পাৰ্টি, অসম প্ৰদেশৰ সংখ্যালঘু মৰ্চাৰ ৰাজিক সমিতি, জিলা সমিতি আৰু মণ্ডল সমিতি সমূহক ভংগ কৰিছে ৷

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা