প্ৰসংগ কোভিদ : আজি দিনৰ ২ বজাত ৰাজ্য চৰকাৰৰ উচ্চ স্তৰীয় বৈঠক, কঠোৰ হব নেকি নিয়ম

ষ্টাফ ৰিপোৰ্টাৰ : ক'ভিড-১৯ৰ সাম্প্ৰতিক পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত আক্ৰান্ত ৰোগীৰ সংখ্যা আৰু প্ৰাণহানি ক্ৰমান্বয়ে বৃদ্ধি পোৱাৰ ফলত আজি স্বাস্থ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ সৈতে ফোনযোগে সামগ্ৰিক পৰ্যালোচনা কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে। এই জটিল পৰিস্থিতিৰ মোকাবিলা কৰাৰ বাবে আজি দিনৰ ২ বজাত জিলাসমূহৰ উপায়ুক্তসকলৰ সৈতে এক ভিডিঅ' কনফাৰেন্সযোগে উচ্চ স্তৰীয় বৈঠক আহ্বান কৰা হৈছে। এই বৈঠকত কঠোৰ নীতি নিয়মৰ বিষয়ে আলোচনা হোৱাৰ সম্ভাৱনা আছে।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা