বাইহাটা চাৰিআলিত জুবিন ফ্ৰেঞ্চ ক্লাৱৰ মহান পদক্ষেপ।

ৰাজ্য তথা দেশত কৰোনাৰ দ্বিতীয় ঢৌৱে ভয়াবহ ৰূপ ধাৰণ কৰাৰ সময়তে জুবিন ফ্ৰেণ্ড ক্লাৱৰ উদ্যোগত ফ্রেণ্ড ক্লাৱৰ সদস্য সকলে এক মহান পদক্ষেপ হাতত লয়। জনসাধাৰণ ক'ৰ'ণা মহামাৰীক লৈ কিমান সজাগ সচেতন সেয়া দৃশ্যমান হল আৰু তাৰবাবেই বাইহাটা চাৰিআলি মাজ মজিয়া বজাৰৰ সকলো সদস্যকে মাক্স বিতৰণ কৰা পৰিলক্ষিত হয়।বহু দূৰ দূৰণিৰ পৰা ক্ৰেতা বিক্ৰেতা এই বাইহাটা চাৰিআলি বজাৰত ভিৰ কৰে। গতিকে জনসাধাৰণৰক সজাগ কৰাৰ উদ্দেশ্যে বজাৰৰ সকলো ব্যক্তিক মাক্স বিতৰণ কৰে আৰু ৰাইজ সজাগ হওক সচেতন হওক সুৰক্ষিত হওক ক'ৰ'ণাৰ পৰা নিজেও বাচক আনকো বচাওক তাৰে কামনা কৰিছে জুবিন ফ্রেণ্ড ক্লাৱৰ সদস্য সকলে।।                                                                                                         
 পঙ্কজ নাথৰ ৰিপৰ্ট ।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা