নতুনকৈ কি দায়িত্ব পাব সৰ্বানন্দ সোনোৱালে?

নিউজ ডেস্ক : আজি এই প্ৰশ্নৰ উত্তৰত ৰাজ্যিক বিজেপিৰ সভাপতি তথা কেবিনেট মন্ত্ৰী ৰঞ্জিত দাসে কয় যে, সোনোৱালৰ সৈতে কেন্দ্ৰীয় নেতৃত্বৰ হোৱা ১ ঘণ্টা ১০ মিনিট জোৰা আলোচনাৰ পিছত সিদ্ধান্ত লোৱা হৈছে। এই কথা মুখ্যমন্ত্ৰী ড' হিমন্ত বিশ্ব শৰ্মাইয়ো জানে বুলি তেঁও কয়। আনপিনে অহা ৬ মাহলৈ ৰাজ্যিক বিজেপিৰ সভাপতি সলন নহয় বুলিও তেঁও মন্তব্য কৰিছে।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা