শৰাইঘাটৰ নতুন দলংৰ ওপৰত দুৰ্বিত্বই হত্যা কৰি পেলালে অচিনাক্ত মৃতদেহ

#সান্ধ্য আইনৰ মাজতে আমিনগাঁও শৰাইঘাট দলংত চাঞ্চল্যকৰ ঘটনা । 

#শৰাইঘাটৰ নতুন দলংৰ ওপৰত দুৰ্বিত্বই হত্যা কৰি পেলালে অচিনাক্ত মৃতদেহ । 

#মৃতদেহ কঢ়িয়াই অনা AS 01 DX 5822 নম্বৰৰ ষ্কুটী উদ্ধাৰ আৰক্ষীৰ । 

#হত্যা কৰি বস্তাৰে বান্ধি বাকচত ভৰাই আনিছিল মৃতদেহটো । 

#শৰাইঘাট দলংৰ পৰা ব্ৰহ্মপুত্ৰত দলীয়াই দিয়া চেষ্টা কৰিছিল দুৰ্বিত্বই । 

#চাৰিজনীয়া দুৰ্বিত্বৰ দলে জালুকবাৰী সদিলাপুৰত হত্যাকাণ্ড সংঘটিত ষ্কুটিৰে লৈ আনি থকা সময়ত আৰক্ষী তহলদাৰী দলক দেখি শৰাইঘাট দলংৰ মাজত ষ্কুটিৰ পৰা দলিয়াই থৈ গৈছিল মৃতদেহটো । 

#কামৰূপ জিলা আৰক্ষী এটা দলে খেদি খেদি কৰায়ত্ব কৰে মৃতদেহ কঢ়িয়াই অনা ষ্কুটীসহ এজন দুৰ্বিত্বক।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা