গ্ৰোফাৰছ এ ঘোষণা কৰিলে পঞ্চম সংখ্যক "গ্ৰেণ্ড অ'ৰেঞ্জ বেগ ডেইজ চেল":১০০ শতাংশ নিশ্চিত উপহাৰ" প্ৰত্যেক ক্ৰয়ৰ সৈতে



ষ্টাফ ৰিপ'ৰ্টাৰ,,,২১ জানুৱাৰী।। ভাৰতৰ সৰ্ববৃহৎ অনলাইন ঘৰুৱা পণ্যৰ খুচুৰা বিক্রেতা গ্ৰোফাৰছে লৈ আনিছে ইয়াৰ শেহতীয়া ফ্লেগশ্বীপ ছয়মাহিলী চেল-ৰ সৈতে- গ্ৰোফাৰছ গ্ৰেণ্ড অ'ৰেঞ্জ ডেইজ। প্ৰত্যেক ক্ৰয়ৰ সৈতে ১০০ শতাংশ গেৰাণ্টিদ উপহাৰ'ৰ দ্বাৰা, এই পঞ্চম জিওবিডি আৰু অধিক উন্নত আৰু বৃহৎ ৰূপত আহিছে ৫০ লাখ গেৰাণ্টিদ উপহাৰৰ সৈতে। ১৬ জানুৱাৰীৰ পৰা ২৬ জানুৱাৰীলৈ হ'ব লগা এই চেল জিওবিডি ৫ এ ঘৰুৱা সামগ্রী আটাইতকৈ নিম্ন আগবঢ়াইছে। এই সন্দৰ্ভত গ্ৰোফাৰছৰ মুখ্য কাৰ্যবাহী বিষয়া আৰু সহ:প্ৰতিষ্ঠাতা অল বিন্দাৰ ঢিনছাই কয়"-এই চেলৰ পঞ্চম সংস্কৰণৰ সৈতে কেৱল আমি ঘৰুৱা সামগ্ৰী ক্ৰয় ১০০ শতাংশ ফলপ্ৰসূ কৰাই নহয়, আমাৰ গ্ৰাহকৰ বাবে সৰ্বোচ্চ সঞ্চয় ও নিশ্চিত কৰিব পাৰিছো"। উল্লেখযোগ্য যে,গেৰাণ্টিদ উপহাৰ লাভ কৰিবলৈ গ্ৰাহক সকলে নিম্নতম ১৮০০ টকাৰ ভাৰতীয় মূল্যৰ বজাৰ কৰিব লাগিব

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা