সৰভোগ বিধানসভা সমষ্টিত প্ৰায় ৪,৫০০ জন সংখ্যালঘু সম্প্ৰদায়ৰ পুৰুষ মহিলাৰ ভাৰতীয় জনতা পাৰ্টিত যোগদান

আজি সৰভোগ সমষ্টি ভিত্তিত অনুষ্ঠিত হোৱা 'সংখ্যালঘু সন্মিলন' ত উপস্থিত থাকোঁ ৷ উক্ত সভাতে মাননীয় প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ 'সবকা সাথ, সবকা বিকাশ আৰু সবকা বিশ্বাস' নীতিৰ আধাৰত সমগ্ৰ দেশত হোৱা প্ৰগতি আৰু উন্নয়নৰ পৰিপ্ৰেক্ষিতত ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতি আকৰ্ষিত হৈ সংখ্যালঘু সম্প্ৰদায়ৰ প্ৰায় ৪ হাজাৰ ৫শ জন পুৰুষ মহিলাই যোগদান কৰে ৷ 

আজি যোগদান কৰা সকলো কাৰ্যকৰ্তাক দললৈ উষ্ম আদৰণি জনাই ৰাজ্যিক  সভাপতি ৰণজিৎ দাস ডাঙৰীয়াই কয় যে অনাগত দিনত সংখ্যালঘু সম্প্ৰদায়ৰ সকলো ৰাইজকে ভাৰতীয় জনতা পাৰ্টিক আঁকোৱালি লৈ দলৰ স্বাৰ্থত সকলোকে একত্ৰিত হৈ কাম কৰি যাবলৈ মাননীয় ৰাজ্যিক সভাপতি  ডাঙৰীয়াই আহ্বান জনায় ৷ 

আজিৰ এই সভাত  সংখ্যালঘু মৰ্চাৰ ৰাজ্যিক সভাপতি মুক্তাৰ হুছেইন খানৰ লগতে ৰাজ্যিক বিষয়ববীয়াসকল উপস্থিত থাকে ৷

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা