মালিগাঁৱত সোণৰ বিস্কুটৰ সৈতে আটক ২

নিউজ ডেস্ক : গুৱাহাটী মহানগৰীৰ মালিগাঁৱত অপৰাধ শাখাৰ আৰু জালুকবাৰী আৰক্ষীৰ অভিযানত জব্দ হল ৪৯৮ গ্ৰামৰ সোণৰ বিস্কুটৰ সৈতে দুজন যুৱক। যুৱক দুজন হৈছে তাপশ পাল আৰু ফ্ৰজুল হক। এএছ১২ ভি ৫২৭৮ নম্বৰৰ বেলেনো বাহনত  ফাঁচী বজাৰৰ পৰা ঢেকীয়াজুলি লৈ গৈ আছিল।
জব্দ হোৱা সোণৰ বিস্কুটখিনিৰ মূল্য হব প্ৰায় ২৫ লাখ টকা।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা