.আগিয়াৰ টুকুৰাৰ লোক সন্ধানহীন

গোৱালপাৰা জিলাৰ আগিয়া আৰক্ষী থানাৰ অন্তৰ্গত টুকুৰা তৃতীয় খণ্ড নিবাসী খয়ৰুদ্দিন আলী (৬০) নামৰ বয়োজ্যেষ্ঠ ব্যক্তি জন যোৱা বুধবাৰৰ পৰা সন্ধানহীন হৈ থকা বুলি জানিব পৰা গৈছে ৷ পৰিয়ালৰ এক সূত্ৰই জনোৱা অনুসৰি, মানসিক ভাৰসাম্যহীনতাত ভুগি থকা লোক জনে কৃষ্ণাইৰ বুধবৰীয়া সাপ্তাহিক বজাৰৰ পৰা সন্ধানহীন পৰে ৷ তেওঁলোকৰ চিনাকি লোকে মানুহজনক বকোৰ কাষৰীয়া 
হাহিম পথত দেখা পোৱা বুলি জনাইছিল যদিও আজিও খয়ৰুদ্দিন আলীৰ শুংসূত্ৰ বিচাৰি পোৱা নাই ৷ পৰিয়ালৰ লোকে লোক জনৰ কিবা সম্ভেদ পালে তলৰ ফোন নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে ৷ ফোন নম্বৰঃ8099100948,
9707995352 

কৃষ্ণাইৰ পৰা কন্দৰ্প কুমাৰ দেৱ নাথ, first news repo

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা