আজি বজালীৰ বহুকেইখন ঠাইত কংগ্ৰেছৰ "অসম বচাও আহক" অভিযান

আজি বজালীৰ বহুকেইখন ঠাইত কংগ্ৰেছৰ "অসম বচাও আহক" অভিযান

বাছ এখনত উঠি আহি এই অভিযান চলাইছে কংগ্ৰেছী নেতৃবৃন্দই।

'কা' আমি নামানো, ৰাহুল গান্ধী জিন্দাবাস ধ্বনিৰে বজালীৰ পাঠশালাকে ধৰি শুকমানাহ, পল্লাৰপাৰ বিজ্ঞান একাডেমি, পুৰণ ভৱানীপুৰস্থিত শ্ৰীশ্ৰী গোপাল আতা সত্ৰত উপস্থিত হৈ বিজেপি চৰকাৰৰ বিপক্ষে তথা মূল্য বৃদ্ধি, অসমৰ জলন্ত সমস্যাসমূহৰ বিষয়ে মন্তব্য আগবঢ়ায় বিৰোধী দলৰ প্ৰাক্তন  মন্ত্ৰী ৰেকিবুল হুছেইনে।

আজি এই অভিযানত ৰকিবুল হুছেইনক সংগ দিয়ে সৰুক্ষেত্ৰী সমষ্টিৰ বিধায়ক জাকিৰ হুছেইন চিকদাৰ, যুৱ কংগ্ৰেছৰ সম্পাদিকা শ্বৰিফা ৰহনাকে ধৰি বাক্সা, বৰপেটা জিলাৰ বিষয়ববীয়াসকলে।

#বজালীৰ পৰা সঞ্জীৱ দাস

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা