আগন্তুক বিধানসভা নিৰ্বাচনত ভৱানীপুৰ সমষ্টিৰ ওপৰত চকু ইউ পি পি এলৰ

#আগন্তুক বিধানসভা নিৰ্বাচনত ভৱানীপুৰ সমষ্টিৰ ওপৰত চকু ইউ পি পি এলৰ

#বজালীৰ ভৱানীপুৰত ইউ পি পি এলৰ সংবাদ মাধ্যমক সম্বোধন

#বহুকেইটা বিষয়ক লৈ মন্তব্য আগবঢ়ায় ইউ পি পি এলৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক ধীৰাজ ডেকাই

#কংগ্ৰেছৰ "অসম বচাও" কাৰ্যসূচীৰ ওপৰতো প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ডেকাই

#ৰাইজক কংগ্ৰেছে আবেগিক কৰাৰ বাবেহ এইবোৰ কাৰ্যসূচী হাতত লোৱা বুলি মন্তব্য আগবঢ়ায় ধীৰাজ ডেকাই

বজালীৰ পৰা সঞ্জীৱ দাস

Comments