মৰিগাওঁ জিলা ছাত্র সন্থা বিক্ষোভ
সদৌ অসম ছাত্র আহৱান মর্মে সমগ্র জিলা ছাত্র সন্থা লগতে আজিৰ মৰিগাওঁ সদৰ মাজমজিয়াত সোৱনশিৰি জলবিদ্যুত প্ৰকল্প বৃহৎ নদী বান্ধ বন্ধ কৰাৰ ,অসম চুক্তি ছয় নং দফা ৰূপায়ন ,গৰাখহনীয়া বানপানী ৰাষ্টীয় সমস্যা হিছাপে ঘোষনা কৰাৰ দাৱীত প্রায় শতাধিক আছু কর্মীয়ে মৰিগাওঁ ৰাজপথ উত্তাল কৰে ! 
    উক্ত বিক্ষোভ কায্যসুর্চীত উপস্থিত থাকে সদৌ অসম ছাত্র সন্থা সাংগঠনিক সম্পাদক নৱ কুমাৰ নাথ,মৰিগাওঁ জিলা ছাত্র সন্থা সভাপতি দিপুল কুমাৰ নাথ,সাধাৰণ সম্পাদক ৰূপজ্যোতি মেধি,মৰিগাওঁ জিলা ছাত্র সন্থা উপঃসভাপতি কুঞ্জ বৰা সুত মৰিগাওঁ সদৰ আছু সভাপতি কমল মহন্ত,সম্পাদক প্রণৱ বর্মন লগতে প্রায় শতাধিক আছু কর্মী উপস্থিত থাকে ! 
          বিক্ষোভ কায্যসূচীত উপস্থিত থাকি সভাপতি দিপুল কুমাৰ নাথে কয় যে বি, জে, পি চৰকাৰ খন মিছলীয়া,নৰেন্দ্র মুদীয়ে নির্ৱাচনত আগত এটা কথা ,নির্ৱাচনত পিছত বেলেগ কর্ম কৰে বুলি দাৱী জনায় ! 
 লাহৰীঘাটৰ পৰা অাফতাপ হুছেইনৰ প্ৰতিবেদক
Date-22/02/2021 
  
Comments
Post a Comment