মৈৰাবাৰীত শ্বহীদ বীৰ জোৱান সকলক স্মৰণ

মৈৰাবাৰীত পলুৱামাত শ্বহীদ হোৱা বীৰ জোৱান সকলৰ স্মৰণনাৰ্থে  শ্ৰদ্ধাঞ্জলি অৰ্পণ  ।

মৈৰাবাৰী মহাবিদ্যালয়ৰ ছাত্ৰ সকলে পলুৱামাত শ্বহীদ হোৱা বীৰ জোৱান সকলৰ স্মৰণনাৰ্থে শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰে মৈৰাবাৰী পুলিচ পইণ্টৰ 
 ওচৰত। মৈৰাবাৰীৰ কলেজৰ  ছাত্ৰ আৰু প্ৰাক্তন ছাত্ৰ সকলে মম জ্বলাই এক মিনিট মৌনতা অৱলম্বন কৰি পুলুৱামা শ্বহীদ বীৰ জোৱান সকলৰ আত্মাৰ শান্তিৰ বাবে শ্ৰদ্ধাঞ্জলি জনায়। মৈৰাবাৰী মহাবিদ্যালয় ৰ ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক ইজাজুল হকৰ নেতৃত্বত অৰ্ধ শতাধিক ছাত্ৰ আৰু স্হানীয় ৰাইজৰ সহযোগত অনুষ্ঠানত উপস্থিত থাকি শ্বহীদ সকলক স্মৰন কৰি শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰে। 

মৈৰাবাৰীৰ পৰা নছিদুৰ ৰহমান

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা