দেশত এইবাৰ সলনি হ'ব শ্ৰমিক আইন! কোম্পানীয়ে দিব লাগিব নতুন সুবিধা

ডিজিটেল ডেস্ক : দেশত সলনি হোৱাৰ পথত শ্ৰমিক আইন! ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ মতে নতুন আইন অনুসৰি যদিহে কোনো কৰ্মচাৰীয়ে কৰ্মসময়ৰ অতিৰিক্তভাৱে ১৫ মিনিটতকৈ অধিক সময় কাম কৰিবলগা হয় তেন্তে নিয়োগকৰ্তাই দিব লাগিব অতিৰিক্ত ধন!
আনপিনে প্ৰতিটো কোম্পানীয়ে কৰ্মচাৰীক দিব লাগিব পি এফ অাৰু ই এছ আইৰ সুবিধা!এইক্ষেত্ৰত কোম্পানীয়ে নিজৰ কৰ্মচাৰীসকলক ঠিকাভিত্তিক অথবা তৃতীয় পক্ষৰ দ্বাৰা নিযুক্ত বুলি কলেও আইনে নামানিব!
উল্লেখ্য যে দেশত যিমান আইনেই নানক কিয় কিন্তু কৰ্মচাৰীসকলৰ (ব্যক্তিগত খণ্ড) শোষণ সদায় চলি থাকে বুলি অভিযোগ উত্থাপন হয়। সেয়ে এইবাৰ নতুন আইন প্ৰস্তুত কৰিলে অথবা এমেণ্ডমেণ্ড আনিলে সেয়া কিমানদূৰ ফলপ্ৰসূ হয় লক্ষণীয় হব।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা