মেঘালয়ত ৪০শতাংশ হ্ৰাস পাব সুৰাৰ দাম
মেঘালয়ত ৪০শতাংশ হ্ৰাস পাব সুৰাৰ দাম। সুৰাৰ ওপৰত থকা ভেট ২.৫শতাংশ হ্ৰাস কৰাৰ উপৰিও ২৫শতাংশ লিফ্টটিং ছাৰ্জ আতৰাই দিছে চুবুৰীয়া ৰাজ্যখনৰ চৰকাৰে। শুকুৰবাৰে মেঘালয়ৰ মূখ্যমন্ত্ৰী কনৰাড চাংমাৰ অধ্যক্ষতাত অনুষ্ঠিত কেবিনেটত এই সন্দৰ্ভত প্ৰস্তাৱ গ্ৰহণ কৰা হৈছে।
Comments
Post a Comment